Alokhuwa Lyrics – Kussum Kailash | Nilakshi Neog | New Assamese song 2020|

Alokhuwa Lyrics In Assamese & English

Alokhuwa Lyrics In Assamese & English – Kussum Kailash

🎬 🎧 Credits: This song Alokhuwa lyrics was beautifully penned/Tune and sung by Kussum Kailash , Backing Vocal by Nilakshi Neog, Music by Trion Mahanta, Produce by Dijen Phukan
🎼 Recorded at Fusion By Rajiv Sarmah

” 🎧 Alokhuwa Lyrics In Assamese – Kussum Kailash”

আলসুৱা
তোমাৰ ভাৱনাতে
মিলিনো চাওঁ দিয়ানা এবাৰলে

অ’ মৰো মৰো
তোমাৰ মৰমতে
অ’ ডুবি ডুবি সপোন ভাগৰতে
যাযাবৰী মন আকাশৰ
তুমি তৰা বেলি জোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে
হাৰ মানে
হেজাৰ অভিমানে

( চোৱা কে নো চাই
থাকো তোমাক
মনৰে মাজত আঁকি ) ২

কোৱা কে নো কৈ
লাগেনো ভাল
তোমাৰে কথা ভাবি
হিয়াৰে সুবুৰিলে মোৰ
কৰা অহা যোৱা অ’ সোণ
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে হাৰ মানে
হেজাৰ অভিমানে

Dutta:
Recent Posts