Jigyasha Lyrics – Bhargav Pall –

Abhinava Nath

Jigyasha Lyrics sung by Bhargav Pall, Lyrics of this new Assamese song “Jigyasha” were penned by Abhinava Nath. Mix & master by Bhaskar Opswel, Music arrange & direction by POKETO, Artwork by Laquit Ali Hazarika, Visuals by RikI

Jigyasha Lyrics in Assamese

Jigyasha Lyrics in Assamese

প্ৰতিবেশী মন মোৰ
তোমাতে বিলীন হ’ল
ৰাতি ৰাতি দিন বোৰ
সপোনতে লীন গ’ল
যাযাবৰী পল মোৰ
শব্দ বিহীন হ’ল
খেলি মেলি ক্ষণ বোৰ
কবিতাতে চিন ৰ’ল

===MUSIC===

প্ৰতিবেশী মন মোৰ
তোমাতে বিলীন হ’ল
ৰাতি ৰাতি দিন বোৰ
সপোনতে লীন গ’ল
যাযাবৰী পল মোৰ
শব্দ বিহীন হ’ল
খেলি মেলি ক্ষণ বোৰ
কবিতাতে চিন ৰ’ল

অচিনা পৰতে তোমাৰেই ঠিকনা
সিচিলা দেহাতে তোমাৰেই বাসনা
যাচিলা হঠাতে তোমাৰেই এনিশা
এৰিলা বুকুতে তোমাৰেই অলকা

অচিনা পৰতে তোমাৰেই ঠিকনা
সিচিলা দেহাতে তোমাৰেই বাসনা
যাচিলা হঠাতে তোমাৰেই এনিশা
এৰিলা বুকুতে তোমাৰেই অলকা

===MUSIC===

বুকুত নীৰৱ এজাক সপোন
সিক্ত মনত উন্মাদ নাচোন
ত্ৰস্ত হিয়াৰ নিমাত কান্দোন
ক্লান্ত বুকুৰ নিচেই আপোন
বুকুত কেঁচা মৰম তৰুণ
দৰদী হিয়াৰ প্ৰেমৰ সাজোঁন
নাজানো কিয় সেমেকা ফাগুন
তুমি বিহীন জীৱন কৰুণ

অচিনা পৰতে তোমাৰেই ঠিকনা
সিচিলা দেহাতে তোমাৰেই বাসনা
যাচিলা হঠাতে তোমাৰেই এনিশা
এৰিলা বুকুতে তোমাৰেই অলকা

অচিনা পৰতে তোমাৰেই ঠিকনা
সিচিলা দেহাতে তোমাৰেই বাসনা
যাচিলা হঠাতে তোমাৰেই এনিশা
এৰিলা বুকুতে তোমাৰেই অলকা

শব্দবোৰ লিখি লিখি শেষ হ’ল
শেষ ন’হল মাথোঁ জিজ্ঞাসা
তোমাক পোৱাৰ.

Written by Abhinava Nath

“This is the end of  Song Jigyasha Lyrics. If you find any mistakes, then let us know by filling the contact us form with correct Lyrics.”

Watch Video of Jigyasha Song.

Audio Credit :

Song: Jigyasha
Vocal: Bhargav pall
Penned By Abhinava Nath
GUITAR / Music arrange & direction by POKETO
Mix & master / Recited by: Bhaskar Opswel
Artwork: Laquit Ali Hazarika
Visuals: RikI

Leave a Reply

Your email address will not be published. Required fields are marked *