Kasoli Lyrics – Nilakshi Neog Assamese Song Lyrics 2021
Kasoli Lyrics was sung by Nilakshi Neog, Lyrics penned by Paplu Chetia, Music by Mridu Pawan, Mix & Mastering: Diganta Bordoloi,
Kasoli Lyrics in English
কাঁচলি পৰিছে
অনুভৱৰ পিৰালিত
আকাশ নীলাৰে ভৰিছে
তোমালৈ মনতে পৰিছে
উলাহে নধৰা মন
আশাৰে আৱৰা ক্ষণ
উলাহে নধৰা মন
আশাৰে আৱৰা এই ক্ষণ
====Music====
তোমাৰ কাষত সৰগ পাওঁ
তোমাৰ চকুত থমকি চাওঁ
তোমাৰ কাষত সৰগ পাওঁ
তোমাৰ চকুত থমকি চাওঁ
এশাৰী দুশাৰী কেনেকৈ লিখি যাঁও
গুণগুণ গুনগুন কেনেকৈ গীত গাঁও
শিমলুুৰ তুলাও উৰিছে
তোমালৈ মনতে পৰিছে
নিজানে নিৰলে এই ক্ষন
মিচিকি হাঁহিৰে ভৰে মন
নিজানে নিৰলে এই ক্ষন
মিচিকি হাঁহিৰে ভৰে মন
কাঁচলি পৰিছে
অনুভৱৰ পিৰালিত
আকাশ নীলাৰে ভৰিছে
তোমালৈ মনতে পৰিছে
উলাহে নধৰা মন
আশাৰে আৱৰা ক্ষণ
উলাহে নধৰা মন
আশাৰে আৱৰা এই ক্ষণ
Written by Paplu Chetia
“This is the end of Song Kasoli Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”
[quads id=5]