(নেদেখা ফাগুন) Nedekha Fagun Lyrics – Neel Akash

(নেদেখা ফাগুন) Nedekha Fagun Lyrics – Neel Akash | New Assamese Song 2021 | Lyrics

Nedekha Fagun Lyrics : song was sung by Neel Akash Das, Lyrics penned by Gitartha Girin, Music arranged by Palash Gogoi,Nedekha Fagun Lyrics Neel Akash Das

Nedekha Fagun Lyrics

ৰ’দে আহি সোন খেলে ধেমালি
দুগলতে পৰি বাগৰি
জোনাকেও সোন ঢালে জোনাকি
তোমাৰে সুৰীয়া হাঁহিত
তুমি তুমি লাগিছে
চৌপাশেও নাচিছে
ৰঙচুৱা এই বেলিটিয়ে
বাগৰ সলাই তোমাতেই
বতাহেও ক’ব খোজে
কাহিনী তোমাৰে মোৰে
থৈ অহা ঘাতৰে
তুমি নুশুনা
ফাগুনৰে ৰাগিনী
তুমি নেদেখা
ফাগুনৰে আবেলি

 

ক’ব লগা আছে মোৰে
কওঁ কেনেকৈ মই
দিব লগা আছে মোৰে
যাচোঁ কেনেকৈ মই
জীয়া জীয়া সপোনৰে
আধা কেঁচা জীৱন
সঁচা মিছা খতিয়ানৰ
মোৰে ভাগৰুৱা মন
বতাহেও ক’ব খোজে
কাহিনী তোমাৰে মোৰে
থৈ অহা ঘাতৰে
তুমি নুশুনা
ফাগুনৰে ৰাগিনী
( তুমি নেদেখা
ফাগুনৰে আবেলি ) ২

Written by Gitartha Girin

“This is the end of  Song  Nedekha Fugun Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”

Watch Video of Nedekha Fugun song

Quick Links:

Assamese song lyrics 

Assamese Bihu Song lyrics

Leave a Reply

Your email address will not be published. Required fields are marked *

close
%d bloggers like this: