(তুলনাবিহীন) Tulonabiheen Lyrics – Mrityunjoy Kakati 2021

(তুলনাবিহীন) Tulonabiheen Lyrics – Mrityunjoy Kakati | Assamese song 2021 |Lyrics

Tulonabiheen Lyrics : The song was sung by Mrityunjoy Kakati, Lyrics penned by Mrityunjoy Kakati, Mixed and Mastered By Rup

Tulonabiheen Lyrics Mrityunjoy kakati

” Tulonabiheen Lyrics in Assamese “

মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিও মই বুজনি
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিও মই বুজনি

অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি
তোমাৰেই ভাৱনাতে সাৰে আছোঁ উজাগৰি

ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই

তোমাৰেই পৰাই পাতনি
মোৰ প্ৰতিটো হাঁহি
তুমাতেই যে হয় সামৰণি
মোৰ প্ৰতিটো ৰাতি
তোমাৰেই কাৰণে শুৱনি
মোৰ সুৰৰে ৰাগী
তোমাকেই কাষৰতে পালে বাঢ়ে উশাহৰে গতি
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰা পাতে ভৰা ধৰণিও
আজি লাগিছে সেয়াও ৰসাল
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰা পাতে ভৰা ধৰণিও
আজি লাগিছে সেয়াও ৰসাল
ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি

তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই

Written by Mrityunjoy Kakati

“This is the end of  Song Tulonabiheen Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”

Watch video of Tulonabiheen Lyrics

Quick Links:

Assamese song lyrics 

Assamese Bihu Song lyrics

Download Assamese song

Leave a Reply

Your email address will not be published. Required fields are marked *

close
%d bloggers like this: