Tumar Hahiti Lyrics – Harsh | Assamese song

Tumar Hahiti Lyrics Sung by Harsh, Lyrics of the new Assamese song were penned and composition by Mrityunjoy kakati,

Tumar Hahiti Lyrics – Harsh |New Assamese song Lyrics

Tumar Hahiti Lyrics Sung by Harsh, Lyrics of the new Assamese song were penned and composition by Mrityunjoy kakati, Music arrangement by Gourisnkr, Mix-master by Bhaskar opswel.

Tumar Hahiti Lyrics in English

প্ৰতি পুৱা নতুন নতুন লাগে
আজিকালি মোৰ কিয়?
তোমাক দেখাৰ পৰাই চাগে
জীৱনলে বাঢ়িছে আদৰ
কিনো মায়া সানি গ’লা তুমি আহি
নুবুজাকে ৰ’লো মই
সৰলতা তোমাৰ হাঁহিটিত
প্ৰতিপল মগন মই

নুবুজা এটি সাঁথৰ হৈ
নাজাবা তুমি আঁতৰি
তোমাৰ প্ৰতিটো কথা জানিবলৈ বুজিবলে আছোঁ বহু আশা পুহি

প্ৰতি নিশা জোনৰে পোহৰতে
ক্ষণগণো ৰাতি পুৱাবলে
উঠানমা বাঢ়িছে হৃদয়তে
আহিবানে হিয়া জুৰাবলে
উজাগৰে আৰু কিমান কটাম নিশা
তোমাক কাষত পোৱাৰ বাঢ়ে অযুত আশা
তুমি মোৰ শাৰদীয় অনুভূতি
প্ৰথম প্ৰেমৰ যেন সুৰভি
হৃদয়ত পৰাণৰ ঢৌ তুলা জনী তুমি

নুবুজা এটি সাঁথৰ হৈ
নাজাবা তুমি আঁতৰি
তোমাৰ প্ৰতিটো কথা জানিবলৈ বুজিবলে আছোঁ বহু আশা পুহি

Written by Mrityunjoy kakati

“This is the end of  Song Tumar Hahiti  Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”

Watch video of Tumar Hahiti Song

Vocal- Harsh
Lyrics and composition – Mrityunjoy kakati
Music arrangement – Gourisnkr
Aditional programming – Bhaskar opswel
Mix-master- Bhaskar opswel
Art work – Atreya kakati
Video editor – Ashok bora
Distribution partner – Euphony Digital

Dutta:
Recent Posts