Amar Kahini Bixekh Lyrics – Bishrut Saikia & Trinisha Mukherjee

Amar Kahini Bixekh Lyrics sung by Bishrut Saikia and Trinisha Mukherjee, while the Lyrics of this new Assamese song were penned by Bishrut Saikia. Co-produced with Kongkon Kaushik.Amar Kahini Bixekh Lyrics

Amar Kahini Bixekh Lyrics

কবিতাৰ পাৰত মৰমৰ নদী
নেদেখা বহু দিন ‌ হল,
মালিতাৰ সুৰত মৰমৰ কাহিনী
নুশুনা বহু দিন হল
কবিতানো কি …
পঢ়িলেই শেষ ,
মালিতানো কি ..
গুণগুণালেই শেষ
থাকি যায় কাহিনী বিশেষ
আমাৰ কাহিনী বিশেষ

কবিতাৰ পোহৰত আশাৰ ৰেঙনি
নেদেখা বহু দিন হল,
অমিয়া মৰমৰ সঁচা গৰাকী
নোপোৱা বহু দিন হল
কবিতানো কি..
সদায়েটো আছে
অমিয়া মৰমনো কি..
কতো নহয় শেষ
তেনে কহিনী বিশেষ
আমাৰ কাহিনী বিশেষ

কিমান আবেলি ৰঙা হলে
গোলপ ফুলি উঠে অ..
গোলাপৰ ৰঙা মৰহি গলে
আমি থাকিম নে অ..
আমি নহও শেষ
আমাৰ কাহিনী বিশেষ
তুমি মোৰ বিশেষ।।

Written by Bishrut Saikia.

“This is the end of  Song Amar Kahini Bixekh Lyrics. If you find any mistakes, then let us know by filling the contact us form with correct Lyrics.”

Watch the Video song of

Leave a Reply

Your email address will not be published. Required fields are marked *