Bhagoruwa Pokhi Lyrics – VICKY DAS – SHARAT GOGOI 2021

Bhagoruwa Pokhi Lyrics sung by Vicky Das, While the Lyrics of the latest Assamese song were penned by Ujjal Protim Bora, MIX & MASTERING – JONTRO [ PLABON PHUKAN ]. MUSIC – ZANE98, COMPOSITION – SHARAT GOGOI. 

Bhagoruwa Pokhi Lyrics

Bhagoruwa Pokhi Lyrics

উৰি যোৱা পখী
ভাগৰি ভাগৰি পৰিছে সীমনাতে
মন্দাকিনী ৰাগিণীত মোৰ আশিকা
জহি খহি ৰয় প্ৰাপ্তিৰ বাটতে, বাটতে…….
স্ৰোতস্বিনী হৈ বেদনা
নিগৰিছে ,অহেতুকে প্ৰতিপলে মোৰ
দহি আছে মোক

তুমি দিপ্তী সিচি হোৱা দাবচা
তুমি ৰক্ত ঢালি বোৱা তলোদা
তুমি পুংগলে জিৰোৱা

মন মৰহা পাহি
আছো অনীহে হাঁহি
নিশা আন্ধাৰে আঘ‍াত সানে নিৰৱে আহি
তুমি হঠাতে আহি মোৰ
তুহিনৰ পৰশে
জঠঙা দেহতে
শূন্য হিয়াতে
প্ৰাণকে ঢালিলা
প্ৰণয়ত পুৱতি মন

অবিনাশী উতনুৱা প্ৰেমে
কিয় জানো বান্ধিছে গোপনে
অভিমানী অঘোৰা জোৱাৰে
নিতে নাচে নিৰহে হিয়াতে
অনুৰণে ৰচা নিনাদে অৱধি ভাঙে প্ৰতিক্ষণে প্ৰতিপদে
উপবাসী স্তব্ধ জীৱনতে শুষ্ক বুকুতে মোৰ…

উৰি যোৱা পখী
ভাগৰি ভাগৰি পৰিছে সীমনাতে…

Written by Ujjal Protim Bora

“This is the end of  Song Bhagoruwa Pokhi Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”

[quads id=5]

Watch video of Bhagoruwa Pokhi Song 

[quads id=5]

♬ AUDIO CREDITS

COMPOSITION – SHARAT GOGOI.
VOCAL – VICKY DAS.
LYRICS – UJJAL PROTIM BORA.
MIX & MASTERING – JONTRO [ PLABON PHUKAN ].
MUSIC – ZANE98.

[quads id=5]

Leave a Reply

Your email address will not be published. Required fields are marked *