Bhalpuautu Ek Xilpo Lyrics In Assamese – Papon

Bhalpuautu Ek Xilpo Lyrics was sung by Papon, while the Lyrics of this Assamese song were penned by Rajdweep Music Arrangement by Harjeet Diaz, Mixed & Mastered by Bhaskar sarma @Euphony studio.

Bhalpuautu Ek Xilpo Lyrics

Bhalpuautu Ek Xilpo Song Details:

Song: Bhalpuautu Ek Xilpo
Singer(s): Papon
Musician(s): Harjeet Diaz
Written by: @RajdweepOfficial
Label(©): ZzoomX Media

Bhalpuautu Ek Xilpo Lyrics

 

ভালপোৱাটো এক শিল্প
তুমাৰে আৰু মোৰ গল্প ।।(২)

জাকে জাকে সপোন বুকুত
ওমলি যায়
,শত শত বেথাই
প্ৰেমৰ কবিতা গায় ।

মাক ৰাখে জীয়াই।।(২)
অ ভালপোৱাটো এক শিল্প,
তুমাৰে আৰু মোৰ গল্প ।

(দিন যায় ৰাতি যায় তুমাকে ভাবি
হেপাহৰে ফুল ফুলে বুকুতে আজি
সিৰে সিৰে বৈ আছে মৰমৰ সুতি
তুমি তুমি বিনে মই ব্ৰহ্মচাৰী)

দেৰে ৰা ৰে ৰা…(৮)

গৈ গৈ কিয়নো আৰু ৰৈ যায়,
এই ফাগুন
তোমাৰে কথা কৈ যায়।।(২)

জাকে জাকে সপোন
বুকুত ওমলি যায়,
শত শত বেথাই
প্ৰেমৰ কবিতা গায়।
প্ৰণয়ৰ উষাহে
আমাক ৰাখে জীয়াই।।(২)

অ ভাল পোৱাটো এক শিল্প,
তোমাৰে আৰু মোৰ গল্প ।

ৰং বিহীন জীৱন আজি ৰামধেনু,
মিঠাবিষ ইয়াকে কয় প্ৰেম হেনো।।(২)

জাকে জাকে সপোন
বুকুত উমলি যায়,
শত শত বেথাই
প্ৰেমৰ কবিতা গায়

প্ৰণয়ৰ উষাহে আমাক ৰাখে জীয়াই ।।(২)

অ ভালপোৱাটো এক শিল্প
তোমাৰে আৰু মোৰ গল্প

(দিন যায় ৰাতি যায় তুমাকে ভাবি
হেপাহৰে ফুল ফুলে বুকুতে আজি
সিৰে সিৰে বৈ আছে মৰমৰ সুতি
তুমি তুমি বিনে মই ব্ৰহ্মচাৰী।।।(৩)

“This is the end of Song Bhalpuautu Ek Xilpo Lyrics. If you find any mistakes, then please fill the contact us form with the correct Lyrics.”

Watch the Video of Bhalpuautu Ek Xilpo Song

 

Leave a Reply

Your email address will not be published. Required fields are marked *