Biponno Morom Lyrics – Bishrut Saikia
Biponno Morom Lyrics – sung by Bishrut Saikia, while the Lyrics of this new Assamese song were penned by Bishrut Saikia, composed by Bishrut Saikia, Co-produced with Nirupoma Borah (Maa), Don Dingle Gohain, Mukaddir Rahman, Preetishna Dutta, Ankur Jyoti Bordoloi, Nilabh Borthakur, The Artiste
Cast : Jon Kalita, Srishti Saikia
Biponno Morom Song Info:
Song: | Biponno Morom |
Singer(s): | Bishrut Saikia |
Music(s): | Bishrut Saikia |
Lyricist(s): | Bishrut Saikia |
Label(©): | Bishrut Saikia |
Biponno Morom Lyrics
অম্বুবাহী তুমি,
মই আকাশ মুকলি ।
বাৰিষাৰ আঁউসী ৰাতি
গাজনি তোমাৰ বাণী ।
দুই ওঁঠৰ পৰশে আমাৰ
ঢাকিব পুৱাৰ ৰ’দালি,
বিপন্ন মৰম আৱেগৰ বননিত ।।
ঘুমটি তুমি,
মই নিদ্ৰাহীনৰ ৰজনী ।
সুৰাৰে মোহি বিলীন হ’ম আমি ।
আমাৰ মিলনত পৰিয়াল যায় ভাগি,
বিপন্ন মৰম আৱেগৰ বননিত ।।
সময়ে যদি অতীত সাৱটি
মৰমৰ প্ৰতিশ্ৰুতি গঢ়ে তুলি,
সেই মৰম দিলেও তোমাক
নহ’বা তুমি গৰাকী,
বিপন্ন মৰম আৱেগৰ বননিত ।।
Written by Bishrut Saikia
“This is the end of Song Lyrics. If you find any mistakes, then please fill the contact us form with the correct Lyrics.”