JAMINI Lyrics – Avinav Hazarika | Sharat Gogoi |Assamese new song 2021

JAMINI Lyrics sung by Avinav Hazarika, Lyrics of JAMINI song Lyrics Penned by Sharat Gogoi, Music given by Avinav Hazarikajamini Lyrics in assamese

Jamini Lyrics in Assamese

হিয়া হিয়াই আজি উচুপিছে কিয় সেমেকা যামিনীত
নিজানে সাৱটি ধৰিছে দেখি মোক দুখিত

আজি মোৰ পাগল মনে মনে
নেহাৰ অম্বৰত,
উৰিব বিচাৰে
উৰুঙা সুৰৰ গানে গানে
আমনি কৰি প্ৰেয়সী বিচাৰে
তুমি সনা বহনা বুজানা
এতিয়া মই মঁচি আছোঁ প্ৰতিনিশা
অনামিকা সুবাদত হেৰুৱালো
উতনুৱা হৈ আশা

কান্দি আছোঁ মাজনিশা

নিশা লিখা কাগজত
কথাবোৰ অপ্ৰতিভ
মুখত দেখে মোৰ মৃদুসাহ
শব্দ মোৰ নীচ প্ৰদীপ

তেমাৰেনো প্ৰত্যাভূতি এতিয়া
বৈ আছে শিৰে শিৰে কিয়
অচিনাতে প্ৰিয় হৈ বিমনা আঁকিলা

প্ৰণয় ভাবিছিলো তোমাৰ সঁচা
এতিয়া জানা মিছা হৈ

সানি আছে,
মুখতে মোৰ চলাহী স্মৃতা বোৰ
মোৰ শয়ন কঢ়িনিলা
এতিয়া মই কান্দি আছোঁ মাজনিশা

হিয়া হিয়াই আজি উচুপিছে কিয় সেমেকা যামিনীত
নিজানে সাৱটি ধৰিছে দেখি মোক দুখিত
দেখি মোক দুখিত ।

Written by Sharat Gogoi

“This is the end of  Song  Jamini Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”

[quads id=5]

Watch video song of Jamini

[quads id=5]

[quads id=5]

Audio Credits :

• Composition & Lyrics : Sharat Gogoi
• Vocal & Music – Avinav Hazarika
• Violin – Manzil Gogoi
• Mix & Master – Breezu Saikia ( @B R E E Z U S A I K I A )

[quads id=5]

Leave a Reply

Your email address will not be published. Required fields are marked *