MAYA Lyrics was sung by Bhargav Pall, this new Assamese song was penned by Abhinava Nath, Composition / Music Produce by POKETO, Mix / Master by Bhaskar Opswel. Anuranan Music
Table of Contents
মোৰ হৃদয়ৰে
বিৰহি জোনাক
কবিতাৰ ছন্দে
স্নিগ্ধ অনুৰাগ
কিয় অজানিতে
চিকিমিকি তৃষা
আঁকি নয়নতে
নানাৰঙী আশা
হেঁপাহে দিয়া
শবদৰ ছায়াত
উমলিব দিয়া
অমানিশাত
মৰমে সনা
তৰালী নিশাত
জিলিকি থকা
মোৰে জিঞা
মোৰ হৃদয়ৰে
বিৰহি জোনাক
কবিতাৰ ছন্দে
স্নিগ্ধ অনুৰাগ
কিয় অজানিতে
চিকিমিকি তৃষা
আঁকি নয়নতে
নানাৰঙী আশা
===Music===
বৈ যোৱা
মায়াৰ ধৰাত
বাখৰ হিয়াৰ
আল্পনাত
হৈ আহা
সুৰৰ কায়াত
নীলিম সপোন
ভালপোৱাৰ
অজলা পখীতি হৈ
লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ
ন’ৰবা উদাসী হৈ
অজলা পখীতি হৈ
লবাহি জিৰণি ঐ
তমসা বুকুতে লৈ
ন’ৰবা উদাসী হৈ
হেঁপাহে দিয়া
শবদৰ ছায়াত
উমলিব দিয়া
অমানিশাত
মৰমে সনা
তৰালী নিশাত
জিলিকি থকা
মোৰে জিঞা
এতিয়া তুমিয়েই প্ৰেৰণা
তোমাতেই বিলীন মোৰ সাধনা ।।
Written by Abhinava Nath
“This is the end of Song Maya Lyrics. If you find any mistakes, then let us known by filling the contact us form with correct Lyrics.”
[quads id=5]
[quads id=5]
Vocal : Bhargav Pall
Lyrics : Abhinava Nath
Composition / Music Produce : POKETO
Mix / Master : Bhaskar Opswel
[quads id=5]