Meghor Mayur Lyrics – Zubeen Garg

Meghor Mayur Lyrics – were sung by Zubeen Garg, while the Lyrics of this new Assamese song were penned by Deeg Diganta, Music by Lakshyajit Boruah, Recorded at Zubeen Garg Studio, Ghy

Meghor Mayur Lyrics

Meghor Mayur Song Details:

Song: Meghor Mayur
Singer(s): Zubeen Garg
Musician(s):  Lakshyajit Boruah
Written by: Deeg Diganta
Label(©):

Meghor Mayur Lyrics – Zubeen Garg

মেঘৰে ময়ুৰে
আকাশতে
ধৰিব চালি
তুমি আহিবা বুলি
ফুলো নুফুলোকৈ
ফুলৰে পাহিতে
সুবাস আহিব সৰি
তুমি আহিবা বুলি
লাহে লাহে দিবহি মেলি
ভেট পদুমৰ কোমল পাহি
তুমি আহিবা বুলি
তুমি আহিবা বুলি

নিয়ৰে নিয়ৰে
দুবিৰৰ বুকুতে
আলফুল ৰদৰে বোল
মনৰে বননিত
সোনালী পাখিৰে
আবিৰৰে গুনগুন
উৰি আহে আবেগতে
বাজে মধুৰ মিঠা ৰাগতে
বুকুত খাগৰিৰ বাহী
তুমি আহিবা বুলি

বাউলি বতাহে
বিজুলী আচলে
ৰিনিকী দেখিছো মুখ
ডাৱৰত জিলিমিল
অময়া আবেগৰ
মৰমে মলঙা সুখ
নৈ খনো বুকুতে উজাই
ধল বাৰিষাৰ হিয়তে নমাই
বিলাই চিকুনী হাহি
তুমি আহিবা বুলি

“This is the end of Song Meghor Mayur Lyrics. If you find any mistakes, then please fill the contact us form with the correct Lyrics.”

Watch the video of Meghor Mayur song.

Leave a Reply

Your email address will not be published. Required fields are marked *