Radhachura Lyrics – Prabin Borah

Radhachura Lyrics – Prabin Borah

Radhachura Lyrics – were sung by Prabin Borah, while the Lyrics of this new Assamese song were penned by Deeg Diganta, Music arrange by Debabrat Dutta.

Radhachura Lyrics – Prabin Borah

Radhachura Song Details:

Song: Radhachura
Singer(s): Prabin Borah
Musician(s): Debabrat Dutta
Written by: Deeg Diganta
Label(©): Prabin Borah

Radhachura Lyrics – Prabin Borah

ৰাধাচূড়াৰ ফুলৰ পাহিত
জিলিকে তোমাৰে মুখ
বকুৱেদি বাগৰে
অময়া অময়া সুখ
প্ৰেমৰ সুৰভি তাতেই
এপাহ দুপাহ সৰে
এবাৰ চকুৰে চালেই
হৃদয় মোৰ শাত পৰে

শুকুলা ডাৱৰ
প্ৰণয় বাখৰ
গালে মুখে ৰং সানে
চায়া পোহৰ
দৰদী আখৰ
বুকুতে গোপনে বাগৰে
কোনোবা নদীৰ ঘাটত
সাৰ পায় কাৰ মাতত

“This is the end of Song Radhachura Lyrics . If you find any mistakes, then please fill the contact us form with the correct Lyrics.”

Watch Video of Radhachura Song