TIPOSI MON LYRICS – Ritom Borah x DRIMONZ

TIPOSI MON LYRICS – Ritom Borah x DRIMONZ

TIPOSI MON LYRICS

কৰেনো পখিলী নাম শেৱালী নে পাহি
কৰেনো টিপচী মন
ৰাংঢালী যৌৱনে মোক জুৰুলা কৰিছে
বলিয়া তোমাৰে প্ৰেমত
অভিমানী হৈ আছা দুৰে দুৰে ৰৈ
আহাচোন এবাৰ কাষলৈ
নাচিচে উলাহতে ৰঙিন পখিলাজাকে
তোমাৰেই মিচিকীয়া হাঁহিটিতে
দিবানে একাঁজলি মৰম মোৰ হিয়াতে
সপোনে উমলিছে লাজে লাজে

পূৱতিৰ দলিচাত আঁকো সপোন
লাজুকী অভিমানী অ
বিচাৰো কাষতে তোমাকেই সোন
হ’লাহি বুকুৰ আপোন
তোমাৰ হিয়াত উমলিছে মৰম যদি সঁচা
মোৰো মনে ভাৱি থাকে তোমাৰ কথাকে জানা
নাচিচে উলাহতে ৰঙিন পখিলাজাকে
তোমাৰেই মিচিকীয়া হাঁহিটিতে
দিবানে একাঁজলি মৰম মোৰ হিয়াতে
সপোনে উমলিছে লাজে লাজে

Leave a Comment

Your email address will not be published. Required fields are marked *

%d bloggers like this: