{Trosto -A Vibe} Trosto Lyrics – POKETO x ABHINAVA

Trosto Lyrics sung by A Vide, Lyrics of this new Assamese song were penned by Abhinava Nath, Music arrange & direction by POKETO, Mix & master by Skiddy Dx,  Artwork & visuals by RikI. Recorded at TAAL STUDIO Trosto Lyrics in Assamese

Trosto Lyrics in Assamese

ৰাতি সৰা বকুলে
তোমাৰ বাবেই কিয় পৰশে
ৰাতি দেখা সপোনে
তোমাৰ বাবেই কিয় উচুপে
নিশা ভেদী নিশাৰ জোনে
তোমাৰ বাবেই কিয় উজ্বলে
পূৱা চুমি পূৱাৰ ৰ’দে
তোমাৰ বাবেই কিয় জিৰালে
তুমি কিয় বুজি মোক নোপোৱা
তুমি কিয় আহি মোক নুসুধা
মই আছোঁ যে কিয় তোমালে ৰৈ
মই আছোঁ যে কিয় তোমাতে বৈ
প্ৰতি নিশা তোমাৰেই সাধনা
প্ৰতি নিশা তোমাৰেই বেদনা
প্ৰতি নিশা তোমাতেই মৰহা
প্ৰতি নিশা তোমাতেই নিৰাশা
প্ৰতি পূৱা তোমাৰেই প্ৰেৰণা
প্ৰতি পূৱা তোমাৰেই বৰষা
প্ৰতি পূৱা তোমাতেই সীমনা
প্ৰতি পূৱা তোমাতেই উন্মনা
তুমি হেৰুৱা ৰজনীতে জুমি চোৱা
জুমি সাৱতা এন্ধাৰতে সপি দিয়া
সপি ওমলা দুবাহুতে ভাঁহি যোৱা
ভাঁহি ভাগৰা উশাহতে ফুলি ৰোৱা

Written by Abhinava Nath

“This is the end of  Song Trosto Lyrics. If you find any mistakes, then let us know by filling the contact us form with correct Lyrics.”

Watch Video of Trosto Song.

Audio Credit :

Vocal: A Vibe
Penned by Abhinava Nath
Music arrange & direction by POKETO
Mix & master: Skiddy Dx
Artwork & visuals: RikI

Leave a Reply

Your email address will not be published. Required fields are marked *