Xopun Xore Lyrics – Prabin Borah & Barsha Borah

Xopun Xore Lyrics were sung by Prabin Borah & Barsha, while the Lyrics of this new assamese song were penned by Barsha Borah, Music Arrangement- Pincool Guitar- Writuraj Gogoi Tabla & Percussions- Raja Boruah Dholak- Jitu Sharma Harmonium Programming and Design- Bhabajit Mali

Xopun Xore Lyrics

Xopun Xore Lyrics

মন জোনাকত
বলিয়া ডাৱৰে ৰচিব মৰম
ৰঙ সাতোৰঙি
আবেগৰ বুকুৱে গঢ়িব সপোন

সৰি পৰা গোলাপৰ
বাখৰুৱা নিয়ৰৰ
আধৰুৱা প্ৰেমৰ যেন
কাহিনী আমাৰ…

তুমি অহা বাটে সপোন সৰে
অচিন সুৰে নিচুকায়
উমি উমি জ্বলা হেঁপাহবোৰো
তোমাৰ নামত মিলি যায়

তুমি অহা বাটে সপোন সৰে
অচিন সুৰে নিচুকায়
উমি উমি জ্বলা হেঁপাহবোৰো
তোমাৰ নামত মিলি যায়

প্ৰভাতি পোহৰে
ৰাঙলী হৃদয়ে
বিচাৰি তোমাকে
স্মৃতিয়েই সোঁৱৰায়..

আলফুলে সামৰি
স্মৃতি এমুঠি
পাৰ হোৱা ক্ষণকো
যতনে সাৱটি…

হাঁহিতে ফুলে তোমাৰ
সুৰীয়া ৰাগিনী

জীয়া জীয়া অনুভৱে
ৰঙাব সেমেকা বাট
প্ৰতি খোজে দিবহি তোমাৰে আভাষ

তুমি অহা বাটে সপোন সৰে
অচিন সুৰে নিচুকায়
উমি উমি জ্বলা হেঁপাহবোৰো
তোমাৰ নামত মিলি যায় !

তুমি অহা বাটে সপোন সৰে
অচিন সুৰে নিচুকায়
উমি উমি জ্বলা হেঁপাহবোৰো
তোমাৰ নামত মিলি যায় !

 

Watch the Video of Xopun Xore Lyrics

 

Leave a Reply

Your email address will not be published. Required fields are marked *